Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জিএছএলভি-এফ০৮ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ৰ সদস্যক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


ক্ৰায়’জেনিক পৰ্যায়ত জিএছএলভি-এফ০৮ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ৰ সদস্যসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে৷

‘‘ক্ৰায়’জেনিক পৰ্যায়ত জিএছএলভি-এফ০৮ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ আৰু অন্যান্য ষ্টেকহোল্ডাৰসকলক অভিনন্দন জনাইছোঁ৷ জিএছএটি-৬এ এক যোগাযোগ উপগ্ৰহ যিয়ে ম’বাইল এপ্লিকেচনসমূহৰ বাবে নতুন সম্ভাৱনা প্ৰদান কৰিব৷ ইছৰ’য়ে ৰাষ্ট্ৰক নতুন উচ্চতা তথা উজ্বল ভৱিষ্যতৰ পিনে আগুৱাই লৈ যোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

AKT/KP/MANN