Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জি এচ এ টি-২৯ কৃত্ৰিম উপগ্ৰহক কঢ়িয়াই নিয়া জি এচ এল ভি এম কে ৩-ডি২ ৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জি এচ এ টি-২৯ কৃত্ৰিম উপগ্ৰহক কঢ়িয়াই নিয়া জি এচ এল ভি এম কে ৩-ডি২ ৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকললৈ অভিনন্দন জ্ঞাপন কৰে।

জি এচ এ টি-২৯ কৃত্ৰিম উপগ্ৰহক কঢ়িয়াই নিয়া জি এচ এল ভি এম কে ৩-ডি২ ৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকললৈ মোৰ আন্তৰিক অভিনন্দন।এই দ্বৈত সফলতাই ভাৰতে প্ৰক্ষেপণ কৰা যানৰ কক্ষপথত আটাইতকৈ গধুৰ কৃত্ৰিম উপগ্ৰহ প্ৰতিস্থাপনৰ নতুন অভিলেখ গঢ়িলে।

এই কৃত্ৰিম উপগ্ৰহই দেশৰ আটাইতকৈ দুৰ্গম স্থানলৈয়ো যোগাযোগ তথা ইন্টাৰনেটৰ সুবিধা প্ৰদানত সহায় কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

AKT/SH/PRK