Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জ্ঞান, প্রজ্ঞা আৰু সজ আচৰণৰ গুৰুত্ব আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জীৱনত শাস্ত্ৰ জ্ঞান, প্রজ্ঞা, কৰ্ম আৰু সজ আচৰণক একত্ৰিত কৰাৰ গুৰুত্ব আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ

शास्त्रं कर्म तथा प्रज्ञा शीलं क्रिययान्वितम्।

लक्ष्यलक्षणयुक्तार्थशास्त्रनिष्ठो नरो भवेत्॥

সুভাশিতমত এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যে জ্ঞান যেতিয়া প্রজ্ঞা, অনুশাসন আৰু ধাৰ্মিক কাৰ্য্যৰ সৈতে একত্ৰিত হয়, তেতিয়া ই এক আলোকিত আৰু উদ্দেশ্যপূৰ্ণ জীৱনৰ শক্তিশালী ভেটি প্ৰতিষ্ঠা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

शास्त्रं कर्म तथा प्रज्ञा शीलं क्रिययान्वितम्।

लक्ष्यलक्षणयुक्तार्थशास्त्रनिष्ठो नरो भवेत्॥

 

****

MJPS/SS/VJNB