Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত প্ৰতিজন ৰাজ্যবাসীক মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। এই উপলক্ষে মই ইয়াৰ প্ৰতিজন লোকৰে সুখ, সমৃদ্ধি আৰু সু-স্বাস্থ্য কামনা কৰিছো।”

***

DS/SH/SB