Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদলৈ তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে৷

“দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ভাৰত ৰত্ন ড০ ৰাজেন্দ্ৰ প্ৰসাদলৈ তেওঁৰ জন্ম জয়ন্তী উপলক্ষে শত সহস্ৰ প্ৰণাম জনাইছো৷ তেওঁ স্বাধীনতা আন্দোলনত অত্যন্ত সক্ৰিয় ভূমিকা পালন কৰিছিল৷ লগতে সংবিধান প্ৰস্তুতৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ বিনম্ৰতা আৰু বিদ্বতাৰে ভৰা তেওঁৰ ব্যক্তিত্বই দেশবাসীক সদায় অনুপ্ৰেৰিত কৰি থাকিব৷” —প্ৰধানমন্ত্ৰীয়ে কয়৷

****

VRRK/KP/MS