Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড. এপিজে আব্দুল কালামলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


আজি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড. এপিজে আব্দুল কালামৰ জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুগদ্ৰষ্টা পুৰুষগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমাৰ সকলোৰে অতি আদৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড. এপিজে আব্দুল কালামক শ্ৰদ্ধাৰে সুঁৱৰিছো৷ তেখেতৰ বিস্তীৰ্ণ ব্যক্তিত্ব প্ৰজন্মই প্ৰজন্মই প্ৰেৰণাৰ কাৰক হৈ ৰ’ব৷’’

*****

AKT/HS/Rang