পি এম ইণ্ডিয়া
শ্ৰী মোদীয়ে কয় যে তামিলনাডুৰ বীৰুধুনগৰ জিলাত সংঘটিত দুৰ্ঘটনা গভীৰভাৱে হৃদয়বিদাৰক। তেওঁ আপোনজনক হেৰুওৱা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত লিখিছে :
“তামিলনাডুৰ বীৰুধুনগৰ জিলাত সংঘটিত দুৰ্ঘটনাটো গভীৰভাৱে হৃদয়বিদাৰক। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ : প্ৰধানমন্ত্ৰী @narendramodi।”
The mishap in Virudhunagar district of Tamil Nadu is deeply distressing. I extend my condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi
— PMO India (@PMOIndia) April 19, 2026
**********************
MJPS/SS/ST/KD
The mishap in Virudhunagar district of Tamil Nadu is deeply distressing. I extend my condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi
— PMO India (@PMOIndia) April 19, 2026
தமிழ்நாட்டின் விருதுநகர் மாவட்டத்தில் நிகழ்ந்த விபத்து மிகுந்த வேதனையளிக்கிறது. தங்களின் அன்புக்குரியவர்களை இழந்து வாடுவோருக்கு எனது ஆழ்ந்த இரங்கல்களைத் தெரிவித்துக்கொள்கிறேன். காயமடைந்தவர்கள் விரைவில் குணமடைய வேண்டுகிறேன்: பிரதமர் @narendramodi
— PMO India (@PMOIndia) April 19, 2026