Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী পৱন কল্যাণ উল্লেখনীয়ভাৱে সাহসী বুলি উল্লেখ কৰি অতি সোনকালে তেওঁ সুস্থ হৈ উঠিব বুলি আস্থা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে লগতে তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনায়।

‘এক্স’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়:

“অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী পৱন কল্যাণ গাৰুৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লওঁ। তেওঁ উল্লেখনীয়ভাৱে সাহসী আৰু মই নিশ্চিত যে তেওঁ অতি সোনকালে সুস্থ হৈ উঠিব। তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।@PawanKalyan”

 

****

MJPS/SS/ST/KD