Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ত্ৰিপুৰাত শপতগ্ৰহণ কৰা ড০ মানিক সাহা আৰু মন্ত্ৰীবৰ্গক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

ত্ৰিপুৰাত শপতগ্ৰহণ কৰা ড০ মানিক সাহা আৰু মন্ত্ৰীবৰ্গক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা ড০ মানিক সাহা আৰু তেওঁৰ মন্ত্ৰীবৰ্গক অভিনন্দন জ্ঞাপন কৰে৷ এই উপলক্ষে অনুষ্ঠানত প্ৰধানমন্ত্ৰী উপস্থিত থাকে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“আজি শপতগ্ৰহণ কৰা ড০ মানিক সাহা আৰু তেওঁ সমগ্ৰ টীমটোক অভিনন্দন জনাইছো৷ এই টীমটোৱে নিশ্চিতভাৱে জনতাই পুনৰ প্ৰদান কৰা জনাদেশৰ আশা-আকাংক্ষা পুৰণ কৰিব আৰু ত্ৰিপুৰাৰ উন্নয়নৰ যাত্ৰাত আৰু অধিক গতি প্ৰদান কৰিব৷ তেওঁলোকক প্ৰচেষ্টাৰ প্ৰতি মই শুভেচ্ছা জনালো৷ @DrManikSaha2”

***

DS/AK/DB