পি এম ইণ্ডিয়া
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত দন্ত চিকিৎসকৰ সংশোধন বিল, ২০১৭ ক সংস্কাৰ তথা ১৯৪৮ চনৰ দন্ত চিকিৎসকৰ আইন অনুসৰি সাল-সলনি কৰিবৰ বাবে অনুমোদন জনোৱা হয়। এই সংশোধনৰ ফলত নিবনুৱা দন্ত চিকিৎসকৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰা হৈছে।
১৯৪৮ চনৰ দন্ত চিকিৎসকৰ আইন অনুসৰি সাল-সলনি ঘটাবলগীয়া কথাবোৰ হ’লঃ
১৯৪৮ চনৰ দন্ত চিকিৎসকৰ আইনৰ ৩য় ধাৰাৰ(চ) দফা অনুসৰি ভাৰতীয় দন্ত চিকিৎসক পৰিষদৰ সদস্যভৰ্ত্তি আৰু
উক্ত আইনৰ ২১ নং ধাৰাৰ(খ) দফা আৰু ২৩ নং ধাৰাৰ(খ) দফা অনুসৰি ৰাজ্যিক আৰু সংযুক্ত ৰাজ্যিক দন্ত চিকিৎসক পৰিষদৰ সদস্যভৰ্ত্তি।
পটভূমিঃ
*****
AKT/VBA/SH/PRK