পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাই দহোটা গুৰুত্বপূৰ্ণ খণ্ডত ভাৰতৰ উত্পাদনী সামৰ্থ্য বৰ্দ্ধন আৰু ৰপ্টানীৰ পৰিসৰ বৃদ্ধি-আত্মনিৰ্ভৰ ভাৰতৰ বাবে ‘উত্পাদন-সংযোজিত প্ৰোত্সাহন’(পিএলআই) আঁচনি ৰূপায়ণৰ এক প্ৰস্তাৱলৈ অনুমোদন জনায়।
|
|
উন্নত ৰসায়ণ বিজ্ঞান কোষ(এচিচি)বেটেৰী |
নীতি আয়োগ আৰু গুৰু উদ্যোগ বিভাগ |
18100 |
|
|
ইলেক্ট্ৰনিক-প্ৰযুক্তি সামগ্ৰী |
ইলেক্ট্ৰনিক্স আৰু তথ্য মন্ত্ৰালয় |
5000 |
|
|
যান-বাহণ আৰু যান-বাহণৰ যন্ত্ৰাংশ |
গুৰু উদ্যোগ বিভাগ |
57042 |
|
|
ফাৰ্মাচিউটিকেল ঔষধ-পাতি |
ফাৰ্মাচিউটিকেল বিভাগ |
15000 |
|
|
দূৰ সংযোগ তথা নেটৱৰ্কিং সামগ্ৰী |
দূৰ সংযোগ বিভাগ |
12195 |
|
|
বস্ত্ৰ সামগ্ৰী-এমএমএফ খণ্ড আৰু কাৰিকৰী বস্ত্ৰ |
বস্ত্ৰশিল্প মন্ত্ৰালয় |
10683 |
|
|
খাদ্য সামগ্ৰী |
খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয় |
10900 |
|
|
উন্নত পাৰদৰ্শী সৌৰ পিভি মডিউল |
নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় |
4500 |
|
|
শ্বেত সামগ্ৰী(এচি আৰু এলইডি) |
উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য উত্তৰণ বিভাগ |
6238 |
|
|
বিশেষ শ্ৰেণীৰ তীখা |
তীখা মন্ত্ৰালয় |
6322 |
|
মুঠ |
145980 |
প্ৰথমিকতা | খণ্ড | ৰূপায়ণৰ দায়িত্ববাহী মন্ত্ৰালয়-বিভাগ | পাঁচবছৰীয়া সময়কালৰ বাবে অনুমোদিত পুঁজিৰ পৰিমাণ(কোটি টকা হিচাপত) |
|---|---|---|---|
উল্লিখিত খণ্ডকেইটা সংযোজিত হোৱাৰ পূৰ্বে ‘পিএলআই’ আঁচনি ৰূপায়ণৰ বাবে অধিসূচিত কৰা খণ্ডসমূহ হ’ল:
|
ক্ৰমিক নং |
খণ্ডectors |
ৰূপায়ণৰ দায়িত্ববাহী মন্ত্ৰালয়-বিভাগ |
অনুমোদিত পুঁজিৰ পৰিমাণ(কোটি টকা হিচাপত) |
|
|
মোবাইল উত্পাদন আৰু বিশেষ ইলেক্ট্ৰনিক উপাংশ |
ইলেক্ট্ৰনিক্স আৰু তথ্য মন্ত্ৰালয় |
40951 |
|
|
বিশেষ গুৰুত্বপূৰ্ণ সামগ্ৰী-ঔষধ আৰু সক্ৰিয় ঔষধ প্ৰস্তুতকৰণ উপাদান |
ফাৰ্মাচিউটিকেল বিভাগ |
6940 |
|
|
চিকিত্সা উপকৰণৰ উত্পাদন |
3420 |
|
|
মুঠ |
51311 |
||
আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বান সাৰোগত কৰি দেশত এক পাৰদৰ্শী, সমতাপূৰ্ণ আৰু স্থিতিস্থাপকতা গুণসম্পন্ন উত্পাদনী খণ্ড গঢ়ি তুলিব পৰাকৈ নীতি নিৰ্দ্ধাৰণ কৰাত মনোনিৱেশ কৰা হয়। উত্পাদন আৰু ঔদ্যোগিক সামগ্ৰীৰ ৰপ্টানী বৃদ্ধিয়ে ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য বৰ্দ্ধনৰ লগতে গোলকীয় প্ৰেক্ষাপটত বিদেশী প্ৰতিষ্ঠানৰে প্ৰতিযোগিতাত বৰ্তী থকাৰ দক্ষতা আহৰণত সহযোগিতা আগবঢ়াব।
খণ্ড ভিত্তিক সামগ্ৰী উত্পাদনৰ তালিকা
|
খণ্ড |
|
সামগ্ৰী-সূচী |
|
উন্নত ৰসায়ণ বিজ্ঞান কোষ(এচিচি)বেটেৰীৰ উত্পাদন |
|
এচিচ বেটেৰী |
|
ইলেক্ট্ৰনিক-প্ৰযুক্তি সামগ্ৰী |
|
|
|
যান-বাহণ আৰু যান-বাহণৰ যন্ত্ৰাংশ |
|
যান-বাহণ আৰু যান-বাহণৰ যন্ত্ৰাংশ |
|
ফাৰ্মাচিউটিকেল |
শ্ৰেণী-১
|
|
|
|
শ্ৰেণী-২
|
|
|
দূৰসংযোগ সামগ্ৰী |
|
|
|
বস্ত্ৰ |
|
|
|
খাদ্য সংসাধন |
|
|
|
সৌৰ পিভি উত্পাদন |
সৌৰ পিভি |
|
|
শ্বেত সামগ্ৰী |
|
|
|
তীখা সামগ্ৰী |
|
|
********
DS/KB
Cabinet decision of PLI scheme for 10 sectors will boost manufacturing, give opportunities to youth while making India a preferred investment destination. This is an important step towards improving our competitiveness & realising an Aatmanirbhar Bharat. https://t.co/KDQvMEBubJ
— Narendra Modi (@narendramodi) November 11, 2020