পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মৰ্মান্তিক ঘটনাত আপোনজনক হেৰুওৱাসকললৈ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।
শ্ৰী মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘এক্স’ত পোষ্ট কৰিছে :
“দিল্লীৰ শ্বাহদৰা জিলাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা ঘটনা অত্যন্ত মৰ্মান্তিক। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
পিএমএনআৰএফৰ পৰা এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য দিয়া হ’ব : প্ৰধানমন্ত্ৰী।”
The loss of lives due to a fire mishap in Delhi’s Shahdara district is extremely distressing. Condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of…
— PMO India (@PMOIndia) May 3, 2026
**************
MJPS/PRK/KD