Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ধনটেৰছ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


ধনটেৰছ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।

“এই পবিত্ৰ অনুষ্ঠানত সকলোৰে সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। ভগৱান ধনৱন্তৰীয়ে সকলোকে নিজৰ আশীৰ্বাদ বৰ্ষণ কৰক”, শ্ৰী মোদীয়ে কয়।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“দেশজুৰি মোৰ পৰিয়ালৰ সকলো সদস্যলৈ বহু ধনটেৰছৰ শুভেচ্ছা জনালোঁ। এই শুভক্ষণত সকলোৰে সুখ, সৌভাগ্য আৰু স্বাস্থ্যৰ কামনা কৰিলোঁ। ভগৱান ধনৱন্তৰীয়ে সকলোৰে আশীৰ্বাদ বৰ্ষণ কৰক।”

***

MJPS/VJ/DB