Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন বছৰৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ২০২৬ নববৰ্ষৰ শুভকামনা জনাইছে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

সকলোকে ২০২৬ বৰ্ষৰ শুভেচ্ছা জনালোঁ।

আগন্তুক বৰ্ষটোৱে আপোনালোকৰ বাবে সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক, আপোনালোকৰ সকলো প্ৰচেষ্টা সফল হওক আৰু আপোনালোকে কৰা সকলো কামে পূৰ্ণতা লাভ কৰক। আমাৰ সমাজৰ শান্তি আৰু সুখৰ বাবে প্ৰাৰ্থনা জনাইছো।

***

MJPS/SR/DB