Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাৰী দিৱসত নাৰী শক্তিক প্ৰণাম প্ৰধানমন্ত্ৰীৰ


আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী শক্তিক প্ৰণাম জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়—‘নাৰী দিৱসত নাৰী শক্তিলৈ প্ৰণাম৷ নাৰীসকলৰ সফলতাক লৈ আমি গৌৰৱান্বিত৷ ভাৰতবৰ্ষ এতিয়া ‘মহিলা বিকাশ’ৰ পৰা ‘মহিলা নেতৃত্বাধীন বিকাশ’লৈ গতি কৰিছে৷’

***

AKT/VJ/HS/MS