Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নিউয়ৰ্ক চিটীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক প্ৰধানমন্ত্ৰীৰ গৰিহণা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্ক চিটীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “নিউয়ৰ্ক চিটীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছো। এই আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য বাবে মই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ”

*****

AKT/SH/DB