Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নিৰ্বাচনত জয়ী জাপানী বন্ধু শ্বিনঝৗ আবে’লৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ জাপানী বন্ধু শ্বিনঝৗ আবে’লৈ যোৱা দেওবাৰে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত বিজয়ী হোৱাৰ বাবে অভিনন্দন জনায়৷

প্ৰধানমন্ত্ৰীয়ে আজি কয়, ‘‘জাপানত অনুষ্ঠিত হোৱা নিৰ্বাচনত বৃহৎ বিজয় অৰ্জন কৰা মোৰ বন্ধু শ্বিনঝৗ আবে’লৈ মোৰ আন্তৰিক অভিনন্দন৷ তেওঁৰ সৈতে ভাৰত-জাপানৰ সম্পৰ্কক আৰু অধিক শক্তিশালী হ’ব বুলি আশা কৰিছো৷’’

***

AKT/AK/Rang