পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰৱীন্দ জগন্নাথক নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জনায়৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “নিৰ্বাচনত বিজয়ৰ বাবে প্ৰৱীন্দ জগন্নাথক অভিনন্দন জনাইছো৷ আমি ভাৰত আৰু মৰিচাচৰ মাজত ভাতৃসুলভ সম্পৰ্ক আৰু উন্নয়ন শক্তিশালী কৰাৰ বাবে অতি ঘনিষ্ঠভাৱে কাম কৰিছো৷ মই শীঘ্ৰেই আপোনাৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে আমাৰ বৈঠকৰ ধাৰাবাহিকতা ৰক্ষা কৰিম৷ ”
***
VRRK/SH/DB
Congratulations @PKJugnauth on your electoral victory.
— Narendra Modi (@narendramodi) November 9, 2019
We have worked closely together to strengthen fraternal relations and development partnership between India and Mauritius.
I look forward to speaking with you soon and to continuing our engagement. @MauritiusPM pic.twitter.com/0bpW3hWKnF