প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ পবিত্ৰ ষষ্ঠী উপলক্ষে মা কাত্যায়নীৰ ওচৰত প্ৰাৰ্থনা কৰে।
তেওঁৰ আশীৰ্বাদেৰে সকলোৰে জীৱন অপৰিসীম শক্তি, সাহস আৰু ইতিবাচক চিন্তাৰে ভৰি পৰক বুলি প্ৰধানমন্ত্ৰীয়ে কামনা কৰে।
শ্ৰী মোদীয়ে এক্সত লিখিছে;
‘নৱৰাত্ৰিৰ পবিত্ৰ ষষ্ঠীত মা কাত্যায়নীক প্ৰণাম জনাইছো! তেওঁৰ আশীৰ্বাদেৰে সকলোৰে জীৱনত অসীম শক্তি, সাহস আৰু ইতিবাচক চিন্তাৰ সঞ্চাৰ হওক।’
नवरात्रि की पवित्र षष्ठी पर मां कात्यायनी के श्रीचरणों में कोटि-कोटि नमन! मेरी कामना है कि उनकी अनुकंपा से हर किसी के जीवन में असीम शक्ति, साहस और सकारात्मक ऊर्जा का संचार हो।
https://t.co/7yJ9kB2MQy
— Narendra Modi (@narendramodi) October 16, 2026
****
MJPS/SS/ST/NB
नवरात्रि की पवित्र षष्ठी पर मां कात्यायनी के श्रीचरणों में कोटि-कोटि नमन! मेरी कामना है कि उनकी अनुकंपा से हर किसी के जीवन में असीम शक्ति, साहस और सकारात्मक ऊर्जा का संचार हो। https://t.co/7yJ9kB2MQy
— Narendra Modi (@narendramodi) October 16, 2026