Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৱৰাত্ৰিৰ অষ্টম দিনা প্ৰধানমন্ত্ৰীয়ে দেৱী মহাগৌৰীক প্ৰাৰ্থনা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ অষ্টম দিনা দেৱী মহাগৌৰীৰ ওচৰত পূজা অৰ্চনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে

“নৱৰাত্ৰিত মা মহাগৌৰীৰ চৰণ বন্দনা ! দেৱী মাৰ কৃপাত, তেওঁৰ সকলো ভক্তৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক,এই কামনাৰে তেওঁলৈ স্তুতি…”

 

***

MJPS/SR/MK/ID