Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ আৰম্ভণি উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

“নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰতিজনলৈকে  নৱৰাত্ৰিৰ শুভকামনা থাকিল।

নৱৰাত্ৰিৰ প্ৰথমদিনা আমি মা শেইলপুত্ৰীক সেৱা জনাওঁ। ইয়াত তেওঁৰ স্তুতি উল্লেখ কৰা হৈছে। https://www.youtube.com/watch?v=NhLxnY1deYc&feature=youtu.be”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

AKT/AK/PRK