পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰা কৰা ভক্তসকলক শুভেচ্ছা জনাইছে আৰু আশা প্ৰকাশ কৰিছে যে তেওঁলোকৰ তীৰ্থযাত্ৰা সকলো দিশতে নিৰাপদ আৰু শুভ হওঁক। ‘বাবা বৰফানীৰ দৰ্শনৰ সৈতে জড়িত অমৰনাথ যাত্ৰা আমাৰ আধ্যাত্মিক পৰম্পৰা আৰু সাংস্কৃতিক ঐক্যৰ এক চিৰন্তন অধ্যায়’, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ পবিত্ৰ যাত্ৰাক পাঁচটা সংকল্পৰ সৈতে সংযোগ কৰি তীৰ্থযাত্ৰীসকলক উদ্দেশ্যি এখন পত্ৰ লিখিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
বাবা বৰফানীৰ দৰ্শনৰ সৈতে জড়িত শ্ৰী অমৰনাথ যাত্ৰা হৈছে আমাৰ আধ্যাত্মিক পৰম্পৰা আৰু সাংস্কৃতিক একতাৰ চিৰন্তন অধ্যায়। শিৱ ভক্তসকলৰ এই যাত্ৰা সকলো দিশতে সুৰক্ষিত আৰু সুখী হওক! মোৰ এই পত্ৰখন এই শুভ উপলক্ষে ভক্তসকলৰ বাবে লোৱা পাঁচটা প্ৰতিজ্ঞাৰ সৈতে সম্পৰ্কিত…
बाबा बर्फानी के दर्शन से जुड़ी श्री अमरनाथ यात्रा हमारी आध्यात्मिक परंपरा और सांस्कृतिक एकता का शाश्वत अध्याय है। मेरी कामना है कि शिवभक्तों की यह यात्रा हर तरह से सुरक्षित और मंगलमय हो! इस पावन अवसर पर श्रद्धालुओं के लिए पांच संकल्पों से जुड़ा मेरा यह पत्र… pic.twitter.com/6Bc2Y9tXJC
— Narendra Modi (@narendramodi) July 3, 2026
***
MJPS/SS/VJ/DD