Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পাৰ্বতী গিৰি জীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্বতী গিৰিজীক তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ঔপনিৱেশিক শাসনৰ সমাপ্তিৰ আন্দোলনত তেওঁৰ ভূমিকা, সামূহিক সেৱাৰ প্ৰতি তেওঁৰ আগ্ৰহ তথা স্বাস্থ্যসেৱা, মহিলা সবলীকৰণ আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰাজিৰ প্ৰশংসা কৰে।

এক্সৰ পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“পাৰ্বতী গিৰিজীক তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ঔপনিৱেশিক শাসনৰ সমাপ্তিৰ আন্দোলনত তেওঁ প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। সামূহিক সেৱাৰ প্ৰতি তেওঁৰ আগ্ৰহ তথা স্বাস্থ্যসেৱা, মহিলা সবলীকৰণ আৰু সংস্কৃতিৰ দৰে ক্ষেত্ৰত তেওঁৰ কৰ্মৰাজি উল্লেখযোগ্য। যোৱা মাহৰ #MannKiBaat ত মই এই বিষয়ে কৈছিলোঁ।”

ପାର୍ବତୀ ଗିରି ଜୀଙ୍କୁ ତାଙ୍କର ଜନ୍ମ ଶତବାର୍ଷିକୀ ଅବସରରେ ଶ୍ରଦ୍ଧାଞ୍ଜଳି ଅର୍ପଣ କରୁଛି। ଔପନିବେଶିକ ଶାସନର ଅନ୍ତ ଘଟାଇବା ଲାଗି ଆନ୍ଦୋଳନରେ ସେ ପ୍ରଶଂସନୀୟ ଭୂମିକା ଗ୍ରହଣ କରିଥିଲେ । ଜନ ସେବା ପ୍ରତି ତାଙ୍କର ଆଗ୍ରହ ଏବଂ ସ୍ୱାସ୍ଥ୍ୟସେବା, ମହିଳା ସଶକ୍ତିକରଣ ଓ ସଂସ୍କୃତି କ୍ଷେତ୍ରରେ ତାଙ୍କର କାର୍ଯ୍ୟ ଉଲ୍ଲେଖନୀୟ ଥିଲା। ଗତ ମାସର #MannKiBaat କାର୍ଯ୍ୟକ୍ରମରେ ମଧ୍ୟ ମୁଁ ଏହା କହିଥିଲି ।”

 

 

****

MJPS/SR/MK