Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পূণ্য তিথিত মহাত্মা গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পূণ্য তিথিত মহাত্মা গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পূণ্য তিথিত মহাত্মা গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পূণ্য তিথিত মহাত্মা গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পূণ্য তিথি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনায়৷

“পূণ্য তিথি উপলক্ষে পূজ্য বাপুলৈ শত কোটি প্ৰণাম জনাইছো৷

পূণ্য তিনিত বাপুক স্মৰণ কৰিছো৷ তেওঁ দেখুওৱা পথত আমি আগুৱাই যোৱাৰ লগতে তেওঁৰ মূল্যবোধক পালন কৰিম বুলি পুনৰবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছো৷” প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/KP/DB