Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পূণ্য তিথি উপলক্ষে চৰ্দাৰ পেটেলক স্মৰণ প্ৰধানমন্ত্ৰীৰ


পূণ্য তিথি উপলক্ষে চৰ্দাৰ পেটেলক স্মৰণ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পূণ্য তিথি উপলক্ষে চৰ্দাৰ পেটেলক স্মৰণ কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মহান ব্যক্তি চৰ্দাৰ পেটেলৰ পূণ্য তিথি আমি তেওঁক সুঁৱৰিছো। আমাৰ দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা স্মৰণীয় সেৱাৰ বাবে চৰ্দাৰ পেটেলৰ ওচৰত প্ৰতিগৰাকী ভাৰতীয় ঋণী হৈ ৰ’ব।”

***

AKT/AK/DB