Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু ইটালীৰ প্রধানমন্ত্রী শ্ৰীযুত মাৰিঅ’ দ্রাঘিৰ মাজত টেলিফোনিক বার্তালা


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ইটালীৰ প্রধানমন্ত্রী শ্ৰীযুত মাৰি দ্রাঘিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

দুয়োগৰাকী নেতাই আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি আৰু সংশ্লিষ্ট অঞ্চল লগতে বিশ্ব ইয়াৰ প্রভা সম্পর্কে পর্যালোচনা কৰে

বৃহস্পতিবাৰে কাবুল আন্তর্জাতিক বিমানবন্দৰ ভয়াবহ সন্ত্রাসবাদী আক্ৰমণৰ তীব্র নিন্দা কৰাৰ লগতে তাত আৱদ্ধ হৈ থকা লোকসলকক নিৰাপদে প্রত্যাৱর্তন সুনিশ্চিত কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ ওপৰ জোৰ দিয়ে

আফগানিস্তানৰ বর্তমান পৰিস্থিতি লৈ সৃষ্টি হোৱা মানৱীয় সংকট আৰু দীর্ঘম্যাদী নিৰাপত্তা বিষয়টো মোকাবিলা কৰাৰ বাবে জি২০ পৰ্যায়ত আন্তর্জাতিক সহযোগিতাৰ প্রয়োজনীয়তাৰ ওপৰ তেওঁলোকে জোৰ দিয়ে।

দুয়োগৰাকী নেতাই জলবায়ু পৰিৱর্তনকে ধৰি জি২০ সদস্যভুক্ত দেশসমূহৰ অন্যান্য গুৰুত্বপূর্ণ বিষয়ক লৈও আলোচনা কৰে। এই ক্ষেত্ৰত তেওঁলোকে চিঅপি২৬কে ধৰি অন্যান্য বহুপাক্ষিক কর্মকাণ্ডৰ ওপৰতো মত বিনিময় কৰে

প্রধানমন্ত্রীয়ে জি২০ সদস্যভুক্ত দেশসমূহৰ মাজত ফলপ্রসূ আলোচনা টালীৰ প্রগতিশীল নেতৃত্বৰ চ্চ প্রশংসা কৰে৷

দুয়োখন দেশৰ প্রধানমন্ত্রীয়ে দ্বিপাক্ষিক আৰু বিশ্বৰ বিভিন্ন বিষয়, বিশেষকৈ আফগানিস্তানৰ পৰিস্থিতি সম্পর্কে পাৰস্পৰিক যোগাযোগ বজা ৰাখিবলৈ ন্মতি প্ৰকাশ কৰিছে।

 

****

DS/SH/DB