পি এম ইণ্ডিয়া

২০১৬ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ ১১০ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নীতি প্ৰণয়ন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মানৱীয় দৃষ্টিভংগীৰ দৰে বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। স্বাধীনতা আন্দোলনৰ পৰা বৰ্তমানলৈকে কৰ্তব্য পালনৰ নামত প্ৰাণ আহুতি দিয়া ৩৩,০০০তকৈ অধিক নিৰাপত্তাৰক্ষীৰ ত্যাগক প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে।
মত বিনিময় অনুষ্ঠানত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভালো উপস্থিত থাকে।
******
AKT/HS/DB
Interacted with officer trainees of the 2016 batch of the Indian Police Service. https://t.co/ymBE4M6T4U pic.twitter.com/o9Ds64Jp1T
— Narendra Modi (@narendramodi) November 8, 2017