Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে


মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনৱীছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেলত এনেদৰে লিখা হৈছে-

“মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী @দেৱেন্দ্ৰ ফাডনৱীছ ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

@CMOMaharashtra”

 

MJPS/SR/DM