পি এম ইণ্ডিয়া
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কয়ঃ
“ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী @MohanMOdisha-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
@CMO_Odisha”
Chief Minister of Odisha, Shri @MohanMOdisha met Prime Minister @narendramodi.@CMO_Odisha pic.twitter.com/VulQWsZt2D
— PMO India (@PMOIndia) May 25, 2026
***
MJPS/SS/PRK/DB