Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ


ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে;

“ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী @BhajanlalBjp ই আজি প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে @RajCMO।”

******

MJPS/SS/ST/HS