Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে

প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি শ্ৰী থৰ্মান ছানমুগাৰত্নমৰে সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয়, “আমি ভাৰত-ছিংগাপুৰ ব্যাপক ৰণনীতিগত অংশীদাৰিত্বৰ সকলো দিশৰ ওপৰত আলোচনা কৰোঁ। আমি ছেমিকণ্ডাক্টৰ, ডিজিটেলাইজেচন, দক্ষতা বিকাশ, কানেক্টিভিটী আৰু ভৱিষ্যতৰ আন উদীয়মান ক্ষেত্ৰসমূহক লৈ আলোচনা কৰোঁ।”

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰে:

“আজি সন্ধিয়া ছিংগাপুৰৰ ৰাষ্ট্ৰপতি শ্ৰী থৰ্মান ছানমুগাৰত্নমৰে সাক্ষাৎ কৰোঁ। আমি ভাৰত-ছিংগাপুৰ ব্যাপক ৰণনীতিগত অংশীদাৰিত্বৰ সৈতে জড়িত সকলো দিশৰ ওপৰত আলোচনা কৰোঁ। আমি ছেমিকণ্ডাক্টৰ, ডিজিটেলাইজেচন, দক্ষতা বিকাশ, কানেক্টিভিটীৰ দৰে ভৱিষ্যতৰ বহু অন্য উদীয়মান ক্ষেত্ৰসমূহক লৈ আলোচনা কৰোঁ। উদ্যোগ, মৌলিক আন্তঃগাঁথনি আৰু সংস্কৃতিৰ ক্ষেত্ৰত সহযোগিতা উন্নত কৰাৰ উপায়সমূহৰ ওপৰতো আলোচনা হয়।”

@Tharman_S

**********

MJPS/VJ