পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুণেৰ সন্ত টুকাৰামজীৰ ওচৰত প্ৰাৰ্থনা জনায়। শ্ৰী মোদীয়ে কয় যে সন্ত টুকাৰামৰ আদৰ্শই বহু লোকক অনুপ্ৰাণিত কৰে আৰু আমাক আনৰ সেৱা কৰিবলৈ আৰু এক সহানুভূতিশীল সমাজ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;
“প্ৰধানমন্ত্ৰী @narendramodi -য়ে পুণেত সন্ত টুকাৰাম জীক প্ৰাৰ্থনা জনাইছে । সন্ত টুকাৰামৰ আদৰ্শই বহু লোকক অনুপ্ৰাণিত কৰে। তেওঁ আমাক আনৰ সেৱা কৰিবলৈ আৰু এক সহানুভূতিশীল সমাজ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে।”
***
DS/ST/MANN
PM @narendramodi praying to Sant Tukaram Ji in Pune. The ideals of Sant Tukaram motivate several people. He inspires us to serve others and nurture a compassionate society. pic.twitter.com/SzxGtwOAuM
— PMO India (@PMOIndia) June 14, 2022