পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ৰ ১৩৪সংখ্যক খণ্ডত আগবঢ়োৱা ভাষণৰ মূল কথাবোৰ ভাগ-বতৰা কৰে।
এক্সৰ এলানি ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়,
“গুৰিন্দৰ বীৰ সিং আৰু অনিমেশ কুজুৰৰ সৈতে হোৱা বাৰ্তালাপ বৰ বিশেষ আছিল; ই ভাৰতীয় এথলেটিকছৰ ভৱিষ্যত কিমান উজ্জ্বল তাৰ এক আভাস দিয়ে!
#MannKiBaat”
“ভাৰতৰ আম আৰু ইয়াৰ বিচিত্ৰময় জাত নিশ্চয় বিশেষভাৱে উল্লেখযোগ্য! আমৰ কোনটো জাত আপোনাৰ প্ৰিয়?
#MannKiBaat”
“গ্ৰীষ্মকালীন উত্তাপক প্ৰতিৰোধ কৰাৰ এটা সুন্দৰ উপায় হৈছে সাঁতোৰ। #MannKiBaat ৰ সময়ত ভৱিষ্যতৰ সাঁতোৰবিদসকলক প্ৰশিক্ষণ দি থকা কেৰালাৰ সাজীজীৰ প্ৰচেষ্টাত আলোকপাত কৰিলোঁ!
#MannKiBaat”
“সমগ্ৰ ভাৰততে জ্যোতিৰ্বিজ্ঞানক যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয় কৰি তোলা অগণন ক্লাব আৰু সংগঠন আছে। মই এনে প্ৰতিটো প্ৰচেষ্টাক লৈ গৌৰৱান্বিত।
#MannKiBaat”
“উত্তৰ প্ৰদেশৰ এখন ডলফিন উদ্ধাৰকাৰী এম্বুলেন্সে প্ৰশংসনীয় কাম কৰি আছে আৰু আমি যিবোৰ জীৱৰ সৈতে এই গ্ৰহটোত বাস কৰি আছোঁ, তেওঁলোকৰ যত্ন লোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বাৰ্তা বিয়পাইছে।”
#MannKiBaat”
“উত্তৰ প্ৰদেশৰ আকাশ গুপ্তাজী আৰু গোৱাৰ বালাকৃষ্ণ আয়াজীৰ দৰে লোকসকলে জল সংৰক্ষণৰ বাবে আগৰণুৱাভাৱে কাম কৰি আছে আৰু এইদৰে তেওঁলোকে বহনক্ষমতাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিছে।
#MannKiBaat”
“তামিলনাডুৰ গিৰিজা আম্মাৰ সৈতে মোৰ সাক্ষাৎকাৰৰ কথা স্মৰণ কৰি তেওঁৰ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা অতুলনীয় আবেগক উজ্জ্বল কৰি তুলিলোঁ। ইয়াৰ লগতে জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰত কৰা কামৰ বাবে শলাগ ললোঁ।
#MannKiBaat”
“নেদাৰলেণ্ড ভ্ৰমণৰ পিছৰে পৰা ভাৰতলৈ ঘূৰাই অনা চোল সাম্ৰাজ্যৰ তামৰ ফলিবোৰৰ বিষয়ে যথেষ্ট কৌতূহলৰ সৃষ্টি হৈছে। সেয়েহে # MannKiBaat ৰ সময়ত এই বিষয়ত কথা পাতিলোঁ আৰু শেহতীয়াকৈ ছত্তীশগড়ত আৱিষ্কাৰ হোৱা তিনিখন বিৰল তামৰ ওপৰতো আলোকপাত কৰিলোঁ।”
It has been a very special interaction with Gurindervir Singh and Animesh Kujur, offering a glimpse of why the future of Indian athletics is very bright! #MannKiBaat pic.twitter.com/34zkNwy659
— Narendra Modi (@narendramodi) May 31, 2026
**************
MJPS/SS/ST/KD
It has been a very special interaction with Gurindervir Singh and Animesh Kujur, offering a glimpse of why the future of Indian athletics is very bright! #MannKiBaat pic.twitter.com/34zkNwy659
— Narendra Modi (@narendramodi) May 31, 2026
India’s mangoes and mango diversity certainly deserve a special mention! Which one is your favourite? #MannKiBaat pic.twitter.com/31saKuPtEh
— Narendra Modi (@narendramodi) May 31, 2026
A great way to beat the summer heat is to swim. During #MannKiBaat, highlighted the efforts of Saji Ji from Keralam, who is training future swimmers! #MannKiBaat pic.twitter.com/ystkqcpQxr
— Narendra Modi (@narendramodi) May 31, 2026
All across India, there are numerous clubs and societies making astronomy popular among the youth. I am proud of every such effort. #MannKiBaat pic.twitter.com/xxBKCGmXNz
— Narendra Modi (@narendramodi) May 31, 2026
A dolphin rescue ambulance in Uttar Pradesh is doing commendable work and giving an important message of caring for those we share our planet with. #MannKiBaat pic.twitter.com/PuphxNV8Th
— Narendra Modi (@narendramodi) May 31, 2026
People like Akash Gupta Ji from Uttar Pradesh and Balakrishna Aiya Ji from Goa are at the forefront of water conservation, thus giving a vital message of sustainability. #MannKiBaat pic.twitter.com/3vQV5k7hgM
— Narendra Modi (@narendramodi) May 31, 2026
Recalled my meeting with Girija Amma from Tamil Nadu and highlighted her unparalleled passion towards nation-building. Also appreciated the Jaigopal Garodia Hindu Vidyalaya schools for their work in education. #MannKiBaat pic.twitter.com/ozwpJBbwUl
— Narendra Modi (@narendramodi) May 31, 2026
Ever since my visit to the Netherlands, there has been great curiosity about the Chola Copper Plates that were returned to India. Thus, talked about it during #MannKiBaat and also highlighted a recent discovery of three rare copper plates in Chhattisgarh. pic.twitter.com/eOCPBZcw7U
— Narendra Modi (@narendramodi) May 31, 2026