Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা তৃতীয় চাৰ্লছে উপহাৰ দিয়া কদমৰ পুলি ৰোপণ কৰে

প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা তৃতীয় চাৰ্লছে উপহাৰ দিয়া কদমৰ পুলি ৰোপণ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭, লোক কল্যাণ মাৰ্গত মহামহিম ৰজা তৃতীয় চাৰ্লছে উপহাৰ দিয়া কদমৰ পুলি এটা ৰোপণ কৰে। শ্ৰী মোদীয়ে কয়, “তেওঁ পৰিবেশ আৰু বহনক্ষমতাৰ প্ৰতি অত্যন্ত আগ্ৰহী, ইয়াকে লৈ আমাৰ আলোচনাও হৈছে।“

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

“আজি পুৱা ৭, লোক কল্যাণ মাৰ্গত মহামহিম ৰজা তৃতীয় চাৰ্লছে উপহাৰ দিয়া কদমৰ পুলি এটা ৰোপণ কৰোঁ। তেওঁ পৰিবেশ আৰু বহনক্ষমতাৰ প্ৰতি অত্যন্ত আগ্ৰহী, ইয়াকে লৈ আমাৰ আলোচনাও হৈছে।”

@RoyalFamily

 

 

 

***

MJPS/VJ/SB