পি এম ইণ্ডিয়া
ভাৰতে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অৰ্থে প্ৰস্তুতি অব্যাহত ৰখাৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা তেখেতৰ ভাষণৰ বাবে সকলো নাগৰিককে তেওঁলোকৰ চিন্তা আৰু ধাৰণাৰাজি ব্যক্ত কৰিবলৈ আহ্বান জনায়।
এক্স-ত শ্বেয়াৰ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“আমি এই বৰ্ষৰ স্বাধীনতা দিৱসৰ ওচৰ চপাৰ লগে-লগে মই মোৰ সতীৰ্থ ভাৰতীয়সকলৰ পৰা শুনিবলৈ আগ্ৰহী হৈ উঠিছোঁ!
এই বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত আপুনি কেনে বিষয়বস্তু বা ধাৰণা প্ৰতিফলিত হোৱাটো বিচাৰে?
মাইগভ আৰু নমো এপ-ৰ অপেন ফৰামত আপোনাৰ চিন্তাৰাজি ব্যক্ত কৰক…
As we approach this year’s Independence Day, I look forward to hearing from my fellow Indians!
What themes or ideas would you like to see reflected in this year’s Independence Day speech?
Share your thoughts on the Open Forums on MyGov and the NaMo App……
— Narendra Modi (@narendramodi) August 1, 2025
****
MJPS/SR/SB
As we approach this year's Independence Day, I look forward to hearing from my fellow Indians!
— Narendra Modi (@narendramodi) August 1, 2025
What themes or ideas would you like to see reflected in this year’s Independence Day speech?
Share your thoughts on the Open Forums on MyGov and the NaMo App...…