Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ২০২৫-২৬ ৰ ২য় ত্ৰৈমাসিকত ভাৰতৰ ব্যাপক ৮.২% জিডিপি বৃদ্ধিক আদৰণি জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জিডিপিৰ শেহতীয়া পৰিসংখ্যাক আদৰণি জনাই কয় যে ২০২৫-২৬ ৰ দ্বিতীয় ত্ৰৈমাসিকত ভাৰতৰ অৰ্থনীতিৰ আকৰ্ষণীয় ৮.২% বৃদ্ধি হৈছে। তেওঁ কয় যে এই কৃতিত্বই চৰকাৰৰ বিকাশ-অনুকূল নীতি আৰু সাধন কৰা সংস্কাৰৰ প্ৰভাৱৰ লগতে ভাৰতৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ প্ৰভাৱকে প্ৰতিফলিত কৰিছে। বিকাশৰ সুফলৰাজিয়ে সমাজৰ সকলো শ্ৰেণীকে স্পৰ্শ কৰিবলৈ শ্ৰী মোদীয়ে কয় যে চৰকাৰ সংস্কাৰক আগুৱাই নিয়াৰ লগতে প্ৰতিজন নাগৰিকৰ বাবে ইজ অৱ লিভিঙৰ বৰ্ধনৰ বাবে দায়বদ্ধ হৈ আছে।

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

“২০২৫-২৬ ৰ দ্বিতীয় ত্ৰৈমাসিকত ৮.২% জিডিপি বৃদ্ধি অতিশয় উৎসাহজনক কথা। এই কৃতিত্বই চৰকাৰৰ বিকাশ-অনুকূল নীতি আৰু সাধন কৰা সংস্কাৰৰ প্ৰভাৱৰ লগতে ভাৰতৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ প্ৰভাৱকে প্ৰতিফলিত কৰিছে। চৰকাৰ সংস্কাৰক আগুৱাই নিয়াৰ লগতে প্ৰতিজন নাগৰিকৰ বাবে ইজ অৱ লিভিঙৰ বৰ্ধনৰ বাবে দায়বদ্ধ হৈ আছে।”

*****

MJPS/SR/SB