পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬বজাত বেংককত ‘ছাৱাছডী প্ৰধানমন্ত্ৰী মোদী’ শীৰ্ষক এক প্ৰৱাসী ভাৰতীয়ৰ অনুষ্ঠান সম্বোধন কৰিব৷ থাইলেণ্ডস্থিত বহুতো প্ৰৱাসী ভাৰতীয়ই অনুষ্ঠানটোত অংশ ল’ব৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬বজাত বেংককত ‘ছাৱাছডী প্ৰধানমন্ত্ৰী মোদী’ শীৰ্ষক এক প্ৰৱাসী ভাৰতীয়ৰ অনুষ্ঠান সম্বোধন কৰিব৷
থাইলেণ্ডস্থিত বহুতো প্ৰৱাসী ভাৰতীয়ই অনুষ্ঠানটোত অংশ ল’ব৷
তেওঁৰ ভাষণ পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব পাৰিব
— পিএমঅ’ ইণ্ডিয়া(@পিএমঅ’ইণ্ডিয়া)
****
VRRK/KP/MS
At 6 PM Indian time, Shri @narendramodi will address ‘Sawasdee PM Modi’ community programme in Bangkok.
— PMO India (@PMOIndia) November 2, 2019
Several members of the Indian diaspora in Thailand will participate in the programme.
Do watch his speech LIVE!