Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ছৰ্দাৰ পেটেলৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৰ্দাৰ পেটেলৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিছে৷
“দেশৰ একতাৰ সূত্ৰধাৰ লৌহ পুৰুষ ছৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম-জয়ন্তীত তেওঁলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো৷ দেশলৈ তেওঁৰ অৱদান চিৰস্মৰণীয়৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

*****

VRRK/KP/MS