পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ত্ৰিপুৰাৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যপদ প্ৰাপ্তি দিৱসৰ শুভকামনা জনায়৷
‘‘ত্ৰিপুৰা গৌৰৱোজ্জল ইতিহাস আৰু উদ্যোগী যুৱ প্ৰজন্মৰে ধন্য, যিসকলৰ আকাংক্ষা পূৰণ কৰাৰ বাবে দায়ৱদ্ধ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
****
AKT/SH/MANN
Best wishes to the people of Tripura on their Statehood Day. pic.twitter.com/niROtitXYQ
— Narendra Modi (@narendramodi) January 21, 2018