পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূব ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্যত বিমুগ্ধ হৈ প্ৰশংসা কৰে আৰু জনতাক তেওঁলোকৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ আলোকচিত্ৰসমূহ ইনষ্টাগ্ৰামত #MagnificentNortheast ব্যৱহাৰ কৰি বিনিময় কৰিবলৈ আহ্বান জনায়৷ তেওঁও নিজৰ আলোকচিত্ৰ বিনিময় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
আজি তেওঁ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ কিছুমান আলোকচিত্ৰ বিনিময় কৰে৷
কালি মই আপোনালোকক ইনষ্টাগ্ৰামত উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ আলোকচিত্ৰসমূহ #MagnificentNortheast ব্যৱহাৰ কৰি বিনিময় কৰিবলৈ আহ্বান জনাইছিলো৷ মই কেইখনমান মোৰ পৃষ্ঠাত বিনিময় কৰিছো৷ অনুগ্ৰহ কৰি চাওক!https://t.co/HL4RbIyE9z
— নৰেন্দ্ৰ মোদী (@নৰেন্দ্ৰ মোদী) ৯ ফেব্ৰুৱাৰী ২০১৯
***
AKT/AK/MANN
Yesterday, had requested you all to share pictures of your visits to the Northeast on Instagram using #MagnificentNortheast.
— Narendra Modi (@narendramodi) February 9, 2019
I shared some of the pictures in a Story on my page. Do have a look! https://t.co/HL4RbIyE9z