পি এম ইণ্ডিয়া
|
১ |
অসামৰিক আৰু বাণিজ্যিক বিষয়ত আইনী আৰু ন্যায়িক সহযোগিতাৰ চূক্তি |
|
২ |
ৰাজনৈতিক, বিশেষ সেৱা আৰু আনুষ্ঠানিক পাছপোৰ্টৰ ক্ষেত্ৰত পাৰস্পৰিক ভিছা ৰেহাইৰ বাবে বুজাবুজিৰ চূক্তি |
|
৩ |
স্বাস্থ্যক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি |
|
৪ |
বৰ্হি-মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি |
|
৫ |
বৈদেশিক সেৱা প্ৰতিষ্ঠান, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰত আৰু ওমান ডিপ্ল’মেটিক প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি |
|
৬ |
ওমানৰ নেশ্যনেল ডিফেন্স কলেজ অৱ চুলটানেট আৰু সুৰক্ষা অধ্যয়ন আৰু বিশ্লেষণ প্ৰতিষ্ঠানৰ মাজত শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি |
|
৭ |
ভাৰত আৰু ওমানৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি |
|
৮ |
সোনাবাহিনীৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চূক্তি |
ক্ৰমিক নং | বুজাবুজিৰ চূক্তিসমূহ |
|---|
***
AKT/SH/HS/PRK