পি এম ইণ্ডিয়া
|
ক্ৰ নং চুক্তি/বুজাবুজি চুক্তিৰ নাম ভাৰত পক্ষৰ স্বাক্ষৰকাৰী ছৌদি আৰৱ পক্ষৰ স্বাক্ষৰকাৰী ১ কৌশলগত অংশীদাৰীত্ব পৰিষদ চুক্তি প্ৰধানমন্ত্ৰী, ভাৰত মহামহিম যুৱৰাজ, উপ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ২ পুনঃনবীকৰণযোগ্য শক্তি ক্ষেত্ৰত ছৌদি আৰৱৰ শক্তি মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ মাজত বুজিবুজি চুক্তি ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত মহামহিম যুৱৰাজ আব্দুল আজিজ বিন ছলমান আল ছৌদ – শক্তিমন্ত্ৰী, ছৌদি আৰব ৩ সুৰক্ষা সহযোগিতা সন্দৰ্ভত চুক্তি টি এছ তিৰুমূৰ্তি, সচিব (অৰ্থনৈতিক সম্পৰ্ক), বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় মহামহিম যুৱৰাজ আব্দুল আজিজ বিন ছৌদ বিন নাইফ আল ছৌদ – আভ্যন্তৰীণ মন্ত্ৰী ৪ অবৈধ সৰবৰাহ আৰু নাৰ্কোটিক ড্ৰাগছ, বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ লগতে ৰাসায়নিক সামগ্ৰীৰ অবৈধ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত মহামহিম যুৱৰাজ আব্দুল আজিজ বিন ছৌদ বিন নাইফ আল ছৌদ – আভ্যন্তৰীণ মন্ত্ৰী ৫ সেনাবাহিনী অধিগ্ৰহণ, উদ্যোগ, গৱেষণা, উন্নয়ন আৰু প্ৰযুক্তিক্ষেত্ৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ছৌদি আৰবৰ জেনেৰেল অথৰিটি অৱ মিলিটাৰী ইণ্ডাষ্ট্ৰীজৰ মাজত বুজাবুজি চুক্তি টি এছ তিৰুমূৰ্তি, সচিব (অৰ্থনৈতিক সম্পৰ্ক), বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় মহামহিম আহমদ আল-ওহালি, গৱৰ্ণৰ, জেনেৰেল অথৰিটি অৱ মিলিটাৰী ইণ্ডাষ্ট্ৰীজ ৬ অসামৰিক বিমান পৰিবহনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত মহামহিম আব্দুল হাড়ি আল-মনছৌৰি, অধ্যক্ষ, জিএচিএ ৭ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ভেষজ মানক নিয়ন্ত্ৰণ প্ৰতিষ্ঠান (CDSCO) আৰু ছৌদি ফুড এণ্ড ড্ৰাগ অথৰিটিৰ মাজত মেডিকেল প্ৰ’ডাক্টছ ৰেগুলেশ্যন ক্ষেত্ৰত সহযোগিতাৰ বাবে চুক্তি টি এছ তিৰুমূৰ্তি, সচিব (অৰ্থনৈতিক সম্পৰ্ক), বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় মহামহিম ড. হিছাম আল জাধে, মুখ্য কাৰ্যবাহী বিষয়া, SFDA ৮ ছৌদি আৰৱৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰধান প্ৰাধিকৰণ (মনছাট) আৰু ভাৰত চৰকাৰৰ নিটি আয়োগৰ অটল ইনোভেশ্যন মিশ্যন (এআইএম)ৰ মাজত বুজাবুজিৰ চুক্তি ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত ইঞ্জিনিয়াৰ ছালেহ আল ৰছিদ, গৱৰ্ণৰ, ক্ষুদ্ৰ আৰু মজলীয়া উন্নয়ন প্ৰাধিকৰণ ৯ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সেৱা প্ৰতিষ্ঠান আৰু ছৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰিন্স ছৌদ আল ফৈজল ইনষ্টিটিউট ফৰ ডিপ্ল’মেটিক ষ্টাডিজৰ মাজত সহযোগিতা কাৰ্যসূচী ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত ড. আব্দুল্লা আল ছালামা, সঞ্চালক প্ৰধান, প্ৰিন্স ছৌদ আল ফৈজল ইনষ্টিটিউট ফৰ ডিপ্ল’মেটিক ষ্টাডিজ ১০ ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভছ লিমিটেড (ISPRL) আৰু ছৌদি আৰ্মাকোৰ মাজত বুজাবুজি চুক্তি এইচ পি এছ আহুজা, মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক, ISPRL মহামহিম আহমদ আল-ছুবায়ে, উপাধ্যক্ষ, ARAMCO ১১ নেশ্যনেল ষ্টক এক্সচেঞ্জ (NSE) আৰু ছৌদি ষ্টক এক্সচেঞ্জ (Tadawul) ৰ মাজত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি বিক্ৰম লিমায়ে, পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া, নেশ্যনেল ষ্টক এক্সচেঞ্জ ইঞ্জিনীয়াৰ খালিদ-আল-হাছান, মুখ্য কাৰ্যবাহী বিষয়া, ছৌদি ষ্টক এক্সছেঞ্জ (টাড়াউল) ১২ নেশ্যনেল পেইমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া আৰু ছৌদি পেইমেণ্টছৰ মাজত বুজাবুজি চুক্তি আৰিফ খান, মুখ্য ডিজিটেল বিষয়া, নেশ্যনেল পেইমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া জিয়াদ আল ইউছুফ, পৰিচালন সঞ্চালক, ছৌদি পেইমেণ্ট
*** VRRK/SH/AK/RD |
ক্ৰ নং | চুক্তি/বুজাবুজি চুক্তিৰ নাম | ভাৰত পক্ষৰ স্বাক্ষৰকাৰী | ছৌদি আৰৱ পক্ষৰ স্বাক্ষৰকাৰী | ১ | কৌশলগত অংশীদাৰীত্ব পৰিষদ চুক্তি | প্ৰধানমন্ত্ৰী, ভাৰত | মহামহিম যুৱৰাজ, উপ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী | ২ | পুনঃনবীকৰণযোগ্য শক্তি ক্ষেত্ৰত ছৌদি আৰৱৰ শক্তি মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ মাজত বুজিবুজি চুক্তি | ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত | মহামহিম যুৱৰাজ আব্দুল আজিজ বিন ছলমান আল ছৌদ – শক্তিমন্ত্ৰী, ছৌদি আৰব | ৩ | সুৰক্ষা সহযোগিতা সন্দৰ্ভত চুক্তি | টি এছ তিৰুমূৰ্তি, সচিব (অৰ্থনৈতিক সম্পৰ্ক), বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় | মহামহিম যুৱৰাজ আব্দুল আজিজ বিন ছৌদ বিন নাইফ আল ছৌদ – আভ্যন্তৰীণ মন্ত্ৰী | ৪ | অবৈধ সৰবৰাহ আৰু নাৰ্কোটিক ড্ৰাগছ, বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ লগতে ৰাসায়নিক সামগ্ৰীৰ অবৈধ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি | ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত | মহামহিম যুৱৰাজ আব্দুল আজিজ বিন ছৌদ বিন নাইফ আল ছৌদ – আভ্যন্তৰীণ মন্ত্ৰী | ৫ | সেনাবাহিনী অধিগ্ৰহণ, উদ্যোগ, গৱেষণা, উন্নয়ন আৰু প্ৰযুক্তিক্ষেত্ৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ছৌদি আৰবৰ জেনেৰেল অথৰিটি অৱ মিলিটাৰী ইণ্ডাষ্ট্ৰীজৰ মাজত বুজাবুজি চুক্তি | টি এছ তিৰুমূৰ্তি, সচিব (অৰ্থনৈতিক সম্পৰ্ক), বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় | মহামহিম আহমদ আল-ওহালি, গৱৰ্ণৰ, জেনেৰেল অথৰিটি অৱ মিলিটাৰী ইণ্ডাষ্ট্ৰীজ | ৬ | অসামৰিক বিমান পৰিবহনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি | ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত | মহামহিম আব্দুল হাড়ি আল-মনছৌৰি, অধ্যক্ষ, জিএচিএ | ৭ | ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ভেষজ মানক নিয়ন্ত্ৰণ প্ৰতিষ্ঠান (CDSCO) আৰু ছৌদি ফুড এণ্ড ড্ৰাগ অথৰিটিৰ মাজত মেডিকেল প্ৰ’ডাক্টছ ৰেগুলেশ্যন ক্ষেত্ৰত সহযোগিতাৰ বাবে চুক্তি | টি এছ তিৰুমূৰ্তি, সচিব (অৰ্থনৈতিক সম্পৰ্ক), বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় | মহামহিম ড. হিছাম আল জাধে, মুখ্য কাৰ্যবাহী বিষয়া, SFDA | ৮ | ছৌদি আৰৱৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰধান প্ৰাধিকৰণ (মনছাট) আৰু ভাৰত চৰকাৰৰ নিটি আয়োগৰ অটল ইনোভেশ্যন মিশ্যন (এআইএম)ৰ মাজত বুজাবুজিৰ চুক্তি | ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত | ইঞ্জিনিয়াৰ ছালেহ আল ৰছিদ, গৱৰ্ণৰ, ক্ষুদ্ৰ আৰু মজলীয়া উন্নয়ন প্ৰাধিকৰণ | ৯ | ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সেৱা প্ৰতিষ্ঠান আৰু ছৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰিন্স ছৌদ আল ফৈজল ইনষ্টিটিউট ফৰ ডিপ্ল’মেটিক ষ্টাডিজৰ মাজত সহযোগিতা কাৰ্যসূচী | ড. আউছাফ ছৈঈদ, ছৌদি আৰৱস্থিত ভাৰতীয় দূত | ড. আব্দুল্লা আল ছালামা, সঞ্চালক প্ৰধান, প্ৰিন্স ছৌদ আল ফৈজল ইনষ্টিটিউট ফৰ ডিপ্ল’মেটিক ষ্টাডিজ | ১০ | ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভছ লিমিটেড (ISPRL) আৰু ছৌদি আৰ্মাকোৰ মাজত বুজাবুজি চুক্তি | এইচ পি এছ আহুজা, মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক, ISPRL | মহামহিম আহমদ আল-ছুবায়ে, উপাধ্যক্ষ, ARAMCO | ১১ | নেশ্যনেল ষ্টক এক্সচেঞ্জ (NSE) আৰু ছৌদি ষ্টক এক্সচেঞ্জ (Tadawul) ৰ মাজত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি | বিক্ৰম লিমায়ে, পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া, নেশ্যনেল ষ্টক এক্সচেঞ্জ | ইঞ্জিনীয়াৰ খালিদ-আল-হাছান, মুখ্য কাৰ্যবাহী বিষয়া, ছৌদি ষ্টক এক্সছেঞ্জ (টাড়াউল) | ১২ | নেশ্যনেল পেইমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া আৰু ছৌদি পেইমেণ্টছৰ মাজত বুজাবুজি চুক্তি | আৰিফ খান, মুখ্য ডিজিটেল বিষয়া, নেশ্যনেল পেইমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া | জিয়াদ আল ইউছুফ, পৰিচালন সঞ্চালক, ছৌদি পেইমেণ্ট |
|---|