পি এম ইণ্ডিয়া
|
দক্ষতা আৰু কাৰিকৰী প্ৰশিক্ষণৰ বাবে ভাৰত গণৰাজ্যৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় তথা ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰীয় শিক্ষা আৰু যুৱপ্ৰজন্ম মন্ত্ৰালয়ৰ মাজত হোৱা প্ৰশাসনিক চুক্তি |
|
ভাৰত চৰকাৰৰ নবীন আৰু পুনৰ নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়, নেচনেল ইন্সটিটিউট অব্ ছোলাৰ এনাৰ্জী (এন আই এছ ই) আৰু দি ফ্ৰেন্স অল্টাৰনেটিভ এনাৰ্জিছ এণ্ড এট’মিক এনাৰ্জি কমিছন (চি ই এ)ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ |
|
বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ স্বায়ত্ব শাসিত বৈজ্ঞানিক প্ৰতিষ্ঠান চেণ্টাৰ ফ’ৰ ডেভেলপমেণ্ট অব্ এডভান্সড কম্পিউটিং (চি-ডেক) আৰু এ টি অ’ এছৰ মাজত সহযোগিতাৰ চুক্তি |
|
যৌথ উপকূলবৰ্তী বিভাগ সজাগতাৰ বাবে ইছৰ’ আৰু চি এন ই এছৰ মাজত প্ৰণয়ন চুক্তি |
বুজাবুজিৰ চুক্তিপত্ৰৰ নাম |
|---|
***
VRRK/SH/AK/MANN