পি এম ইণ্ডিয়া
ক। বুজাবুজিৰ চুক্তি আৰু সন্মতি পত্ৰ
|
১. |
শ্ৰম প্ৰব্ৰজনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি। |
|
২. |
প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ সন্মতি পত্ৰ। |
|
৩. |
ডিজিটেল প্ৰযুক্তিৰ বিকাশ আৰু প্ৰসাৰ সম্পৰ্কীয় বুজাবুজি চুক্তি। |
|
৪. |
উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বুজাবুজি চুক্তি। |
|
৫. |
দৃশ্য-শ্ৰব্য নিৰ্মাণ আৰু আদান-প্ৰদানৰ বুজাবুজি চুক্তি। |
|
৬. |
ক’চিচৰ টেকনিকেল ইউনিভাৰ্ছিটীত প্ৰথমবাৰৰ বাবে আইচিচিআৰৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তাবিষয়ক আসন (ইণ্ডিয়া চেয়াৰ) স্থাপন। |
|
৭. |
কুৱাণ্টাম কমিউনিকেশ্যন আৰু জটিল আন্তঃগাঁথনি সুৰক্ষাৰ ক্ষেত্ৰত বুজাবুজি চুক্তি। |
|
৮. |
পুনেৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান (আয়ুষ মন্ত্ৰালয়) আৰু শ্লভাক হেল্থ স্পা পিয়েষ্টানিৰ মাজত বুজাবুজি চুক্তি। |
|
৯. |
ছাত্ৰ-ছাত্ৰীৰ আদান-প্ৰদান কাৰ্যসূচী, জলপানী আৰু যৌথ গৱেষণাৰ বাবে আইআইটি দিল্লী আৰু শ্লভাক টেকনিকেল ইউনিভাৰ্ছিটীৰ মাজত চুক্তি স্বাক্ষৰ। |
|
১০. |
দুয়োখন দেশৰ ট্যুৰ অপাৰেটৰ সন্থাসমূহৰ মাজত পৰ্যটন সহযোগিতা বৃদ্ধিৰ চুক্তি। |
|
১১. |
ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী আৰু শ্লভাক বিজ্ঞান একাডেমীৰ মাজত বৈজ্ঞানিক সহযোগিতাৰ চুক্তি। |
ক্ৰমিক নং | চুক্তি / সন্মতি পত্ৰৰ বিষয়বস্তু |
|---|
খ। গুৰুত্বপূৰ্ণ ঘোষণাসমূহ
|
1. |
দ্বিপাক্ষিক সম্পৰ্কক ‘সামগ্ৰিক অংশীদাৰিত্ব’ৰ পৰ্যায়লৈ উন্নীতকৰণ। |
|
2. |
দ্বিপাক্ষিক সম্পৰ্কক ‘সামগ্ৰিক অংশীদাৰিত্ব’ৰ পৰ্যায়লৈ উন্নীতকৰণ। |
|
3. |
দুয়োখন দেশৰ মাজত ৰাষ্ট্ৰদূত পৰ্যায়ৰ বাৰ্তালাপৰ সূচনা |
***
MJPS/SS/ST/DB
A win-win for India-Slovakia friendship! https://t.co/HRKl4QhdTq
— Narendra Modi (@narendramodi) June 15, 2026