প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰবন্ধটোত প্ৰশাসনৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী কেনেদৰে কল্যাণৰ পৰা সবলীকৰণলৈ আগবাঢ়িছে, নাগৰিকসকল উন্নয়ন প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণকাৰী হ’বলৈ সক্ষম হৈছে, সেই বিষয়ে আলোকপাত কৰিছে। অনাময় ব্যৱস্থা, গেছ সংযোগ, স্বাস্থ্যসেৱা আৰু ঋণ প্ৰৱেশাধিকাৰৰ ক্ষেত্ৰত বিস্তৃত পদক্ষেপবোৰে অন্তিম স্থানপৰ্যন্ত সেৱা আগবঢ়োৱাৰ লগতে মানুহৰ জীৱন উন্নত কৰাত কেনেদৰে সুযোগ সৃষ্টি কৰিছে, ইয়াত সেই বিষয়ে ব্যাখ্যা কৰা হৈছে। এই দৃষ্টিভংগী ২০৪৭ চনৰ ভিতৰত এক বিকশিত আৰু সশক্ত ভাৰতৰ দৃষ্টিভংগীৰ কেন্দ্ৰবিন্দু।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;
‘কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JM_Scindia-ই লিখিছে যে প্ৰশাসনৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী কল্যাণৰ পৰা সবলীকৰণলৈ আগবাঢ়িছে। ই নাগৰিকসকলক উন্নয়ন প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণকাৰী হ’বলৈ সক্ষম কৰি তুলিছে।
অনাময় ব্যৱস্থা আৰু গেছ সংযোগৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা আৰু ঋণৰ প্ৰৱেশাধিকাৰলৈকে, অন্তিম স্থানপৰ্যন্ত সেৱা আৰু জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই দৃষ্টিভংগী ২০৪৭ চনৰ ভিতৰত এক বিকশিত আৰু সশক্ত ভাৰতৰ দৃষ্টিভংগীৰ কেন্দ্ৰবিন্দু।’
Union Minister Shri @JM_Scindia writes that India’s approach to governance is shifting from welfare to empowerment. It is enabling citizens to become active participants in the development process.
From sanitation and gas connections to healthcare and access to credit, the focus is on last-mile delivery and creating opportunities for people to improve their lives. This approach is central to the vision of a Viksit and Sashakt Bharat by 2047.
— PMO India (@PMOIndia) October 14, 2026
****
MJPS/SS/ST/HS
Union Minister Shri @JM_Scindia writes that India's approach to governance is shifting from welfare to empowerment. It is enabling citizens to become active participants in the development process. From sanitation and gas connections to healthcare and access to credit, the focus is on last-mile delivery and creating opportunities for people to improve their lives. This approach is central to the vision of a Viksit and Sashakt Bharat by 2047.
— PMO India (@PMOIndia) October 14, 2026