পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ জন্মদিন উপলক্ষে তেওঁক শুভেচ্ছা জনায়।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ জন্মদিন অলেখ শুভকামনা জনাইছোঁ। তেওঁৰ দীৰ্ঘায়ুৰ লগতে সু-স্বাস্থ্যৰ কামনা কৰিলোঁ।
*****
AKT/SH/DB
Warm birthday wishes to our former Prime Minister, Dr. Manmohan Singh. May he lead a long life filled with good health.
— Narendra Modi (@narendramodi) September 26, 2017