Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰীক্ষাৰ সংস্কাৰ সন্দৰ্ভত উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ গঠনৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী নন্দন নিলেকানীৰ নেতৃত্বত পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কীয় এখন উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ’ৰ্চ গঠনৰ কথা ঘোষণা কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে:

“শ্ৰী নন্দন নিলেকানীৰ নেতৃত্বত পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কীয় এখন উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফৰ্চ গঠন কৰা হৈছে।

@NandanNilekani”

***

 

MJPS/SS/PRK/KD