পি এম ইণ্ডিয়া
বুজাবুজিৰ চুক্তিসমূহ/চুক্তিসমূহঃ
|
১. |
সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক যুটীয়া কাৰ্যগোট গঠনৰ বাবে বুজাবুজি চুক্তি |
|
২. |
সুষমা স্বৰাজ ভাৰতীয় বৈদেশিক সেৱাৰ প্ৰতিষ্ঠান তথা চাইপ্ৰাছৰ কূটনৈতিক একাডেমীৰ মাজত কূটনৈতিক প্ৰশিক্ষণৰ ক্ষেত্ৰত বুজাবুজি চুক্তি |
|
৩. |
চাইপ্ৰাছৰ গৱেষণা, উদ্ভাৱন আৰু ডিজিটেল নীতিৰ উপ-মন্ত্ৰালয় আৰু ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত উদ্ভাৱন তথা প্ৰযুক্তি সম্পৰ্কীয় বুজাবুজি চুক্তি |
|
৪. |
চাইপ্ৰাছৰ লাৰ্নাকা যুটীয়া উদ্ধাৰ সমন্বয় কেন্দ্ৰ আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত অনুসন্ধান আৰু উদ্ধাৰ (এছ এ আৰ) সম্পৰ্কীয় বিষয়ত চৰকাৰী সমন্বয় আৰু সহযোগিতা স্থাপনৰ বাবে কাৰিকৰী ব্যৱস্থা |
|
৫. |
উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতৰ শিক্ষা মন্ত্ৰালয় আৰু চাইপ্ৰাছ চৰকাৰৰ শিক্ষা, ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি |
|
৬. |
ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু চাইপ্ৰাছৰ সংস্কৃতি উপ-মন্ত্ৰালয়ৰ মাজত ২০২৬-২০৩০ সময়ছোৱাৰ বাবে সাংস্কৃতিক সহযোগিতাৰ বুজাবুজি চুক্তি |
ক্ৰমিক নং | বুজাবুজিৰ চুক্তিসমূহ |
|---|
ঘোষণাসমূহঃ
|
ক্ৰমিক নং |
শিৰোনাম |
|
১. |
দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা |
|
২. |
২০২৬-২০৩১ৰ বাবে ভাৰত আৰু চাইপ্ৰাছৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বাবে পৰিকল্পনা |
|
৩. |
ভাৰত আৰু চাইপ্ৰাছৰ মাজত চাইবাৰ সুৰক্ষা আলোচনাৰ প্ৰতিষ্ঠা |
|
৪. |
ভাৰত আৰু চাইপ্ৰাছৰ মাজত বাণিজ্যিক দূতাবাস সম্পৰ্কীয় আলোচনাৰ সূচনা |
|
৫. |
‘বাণিজ্য, সংযোগ আৰু সামুদ্ৰিক পৰিবহণ’ স্তম্ভৰ অধীনত ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত চাইপ্ৰাছৰ যোগদান |
|
৬. |
চাইপ্ৰাছ গণৰাজ্যক সহযোগ হিটা আৰু মৈত্ৰীৰ বাবে ভাৰত স্বাস্থ্য পদক্ষেপ (ভি এইচ আই এছ এম) কিউব উপহাৰ |
|
৭. |
২০২৬ৰ ১৮ মে’ত প্ৰথমবাৰৰ বাবে ভাৰত-চাইপ্ৰাছ মহাকাশ দিৱস উদযাপন |
|
৮. |
মুম্বাইত চাইপ্ৰাছ বাণিজ্য কেন্দ্ৰ মুকলি কৰাৰ বাবে চাইপ্ৰিয়েট পক্ষৰ সদিচ্ছা ঘোষণা |
***
MJPS/SS/PRK/DD
We discussed ways to increase cooperation in infrastructure, energy, agriculture, technology and financial services. We also view defence and security as a key means of furthering bilateral friendship. Emphasis will remain on boosting cultural as well as people-to-people ties. pic.twitter.com/MJPriXcwMs
— Narendra Modi (@narendramodi) May 22, 2026
Happy to have met President Nikos Christodoulides in Delhi. We held extensive deliberations on further strengthening the India-Cyprus friendship. Considering the close ties between our nations, we have decided to elevate our friendship into a Strategic Partnership. Ours is indeed… pic.twitter.com/36unkio3YK
— Narendra Modi (@narendramodi) May 22, 2026
Outcomes that will add momentum to the India-Cyprus friendship! https://t.co/8w5GwjJ202
— Narendra Modi (@narendramodi) May 22, 2026