Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফিফা বিশ্বকাপত চেম্পিয়ন হোৱাৰ বাবে আৰ্জেণ্টিনাক অভিনন্দন প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিফা বিশ্বকাপত চেম্পিয়ন হোৱাৰ বাবে আৰ্জেণ্টিনাক অভিনন্দন জনাইছে৷ শ্ৰী মোদীয়ে লগতে ফিফা বিশ্বকাপত এক চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে ফ্ৰান্সকো অভিনন্দন জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“এক অন্যতম উত্তেজনাপূৰ্ণ ফুটবল মেচ হিচাপে চিৰদিন স্মৰণীয় হৈ থাকিব! #FIFAWorldCupত চেম্পিয়ন হোৱাৰ বাবে আর্জেণ্টিনাক ধন্যবাদ জনাইছো! সমগ্ৰ টুৰ্ণামেণ্টত তেওঁলোকে অসাধাৰণ খেল খেলিছে। ভাৰতৰ লাখ লাখ আর্জেণ্টিনা আৰু মেছি ভক্তই তেওঁলোকৰ অসাধাৰণ জয়ক উদযাপন কৰিছে। @alferdez”

“#FIFAWorldCupত এক চমকপ্ৰদ প্রদর্শনৰ বাবে ফ্রান্সক অভিনন্দন জ্ঞাপন কৰিছো! ফাইনেলত দক্ষতা আৰু খেলুৱৈসুলভ মানসিকতাৰে তেওঁলোকে ফুটবলপ্রেমীক আমোদ দিলে৷ @EmmanuelMacron”

***

DS/ST/DB