Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাংলাদেশৰ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ৰ জৰুৰীকালীন পুঁজিলৈ আগবঢ়োৱা অৰিহণাৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাক ধন্যবাদ জ্ঞাপন কৰে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ ১.৫ মিলিয়ন আমেৰিকান ডলাৰৰ অৱদান আগবঢ়োৱা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক কৃতজ্ঞতা জনাইছো৷ আমি সকলোৱে ঐক্যবদ্ধভাৱে ক’ভিড-১৯ৰ প্ৰত্যাহ্বান প্ৰতিৰোধ কৰিবলৈ সমৰ্থ হ’ম৷’’

*****

VRRK/ VJ/MANN